February 8, 2021 দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান Share FacebookXWhatsAppTelegramKooEmail দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰত যোগ কাৰ্যসূচীৰ আয়োজন দৈনন্দিন বাৰ্তা - October 23, 2026 DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পত্নী মিঠু ৰাভাই দৈনন্দিন বাৰ্তা - October 23, 2026 অসমৰ ক্ৰিকেট জগতৰ বাবে আন এক গৌৰৱময় ক্ষণঃ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ দৈনন্দিন বাৰ্তা - October 23, 2026