February 9, 2021 যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত অনুমোদন Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৪ বছৰত সম্পূৰ্ণ কৰা হ’ব। Author: দৈনন্দিন বাৰ্তা Related Articles অনুৰাগীৰ বাবে পুনৰ মুকলি জুবিনক্ষেত্ৰ দৈনন্দিন বাৰ্তা - June 26, 2026 এটা যুগৰ অৱসানঃ ইতিহাস জৰ্জৰিত বহু কাহিনী বুকুত লৈ চিৰ বিদায় ল’লে নামৰূপ সাৰকাৰখানা প্ৰথম গোটটোৱে দৈনন্দিন বাৰ্তা - June 26, 2026 পুনৰ অসম ধ্বংসৰ ষড়যন্ত্ৰ ৰঙা চীনৰঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি আছে বিশাল জলবিদ্যুৎ প্ৰকল্প দৈনন্দিন বাৰ্তা - June 26, 2026