এইবাৰ চাইকেল নচলাই কংগ্ৰেছ নেতাই । এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই। কংগ্ৰেছৰ ‘অসম বচাও আহক’ কাৰ্যসূচীৰ অধীনত শীৰ্ষ নেতাই বাছেৰে কৰিব যাত্ৰা। বুধবাৰে এই সন্দৰ্ভত ৰাজীৱ ভৱনত আয়োজন কৰা হয় এখন সংবাদমেল।অহা ১২ ফেব্ৰুৱাৰীত বটদ্ৰৱা সমষ্টিৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সেইদৰে দেৱব্ৰত শইকীয়াই ১২ ফেব্ৰুৱাৰীত শিৱসাগৰৰ পৰা আৰম্ভ কৰিব বাছ যাত্ৰা। সাংসদ গৌৰৱ গগৈয়ে ১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ কৰিব যাত্ৰা। সুস্মিতা দেৱে শিলচৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰাকৰ তিনিখন জিলা সামৰি ল’ব।ইফালে নিৰ্বাচনৰ প্ৰাক ক্ষণত এতিয়া উদুলি মুদুলি পৰিৱেশ ৰাজীৱ ভৱনত। নতুন নতুন বেনাৰ পোষ্টাৰ লগাই আটক ধুনীয়াকৈ সজাই তুলিছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…