India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

সন্ত্রাসবাদ নিঃশেষ কৰাৰ বাবে তৎপৰ ভাৰত।(India-Pak War)

এতিয়াৰে পৰা যুদ্ধ হিচাপে গণ্য হ’ব সন্ত্ৰাসবাদীৰ কূটাঘাত।

যিকোনো সন্ত্রাসবাদীৰ আক্ৰমণকেই যুদ্ধ বুলি লৈ ল’ব পদক্ষেপ।

সন্ত্রাসবাদীৰ আক্ৰমণৰ কঠোৰ প্ৰত্যাক্রমণ কৰিব ভাৰতে।

ভাৰত চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

ভাৰত-পাকিস্তানৰ উত্তেজনাময় পৰিৱেশৰ মাজতে এই কঠোৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ।

Related Articles