ISRO: বিফল হ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ

সফল নহ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ। (ISRO)

চাৰিটা পৰ্যায়যুক্ত PSLV-C61ৰ তৃতীয় পৰ্যায়ত লাগিল বেমেজালি।

শ্রীহৰিকোটাৰ পৰা EOS-09 উৎক্ষেপণৰ চেষ্টা।

য’ত আছিল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ।

সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা পুৱা ৫:৫৯ বজাত উৎক্ষেপণ কৃত্রিম উপগ্রহটো।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-C61)ত নিজৰ ১০১ সংখ্যক উপগ্ৰহ EOS-09 উৎক্ষেপণ কৰিছিল যদিও কেইমিনিটমানৰ পিছতে বিফল হয়।

মহাকাশ সংস্থাটোৱে এক্স হেণ্ডেলত জনাই এই সকলো কথা।

Related Articles