কোচ ৰাজবংশী সন্মিলনীৰ ৩০ তম্ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰাক ক্ষনত ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন কৰা হয়। ২০২১ পৰা ২০২৩ বৰ্ষৰ তিনি বছৰীয়া কাৰ্য্য কালৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে দেৱজিৎ কুমাৰ ডেকাই। আনহাতে কাৰ্যকাৰী সভাপতি তৰুন চন্দ্ৰ বড়াউপ সভাপতি তৰুণ চন্দৰ চহৰীয়া ,গজেদ্ৰ বৰুৱা জিতেদ্ৰ ভদ্ৰ দিনেশ্বৰ ডেকা ধৰ্ম কান্ত দাস লম্বু ৰাম শইকীয়াই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰে। সাধাৰণ সম্পাদক হেমধৰ ডেকাৰ লগতেসহ সম্পাদকৰ তালিকাত নিতুল ডেকা, জ্যোতিশ চৌধুৰী, বাবুল ডেকা, থানেশ্বৰ ডেকা গোপাল ডেকাৰ নাম প্ৰকাশ পায়।সাংগঠনিক সম্পাদক জীৱন বৰুৱাপ্ৰচাৰ সম্পাদক নাৰায়ন ডেকাকাৰ্যালয় সম্পাদক বেলিৰাম ডেকাক দায়িত্বাৰ দি নতুন সমিটিখন গঠন কৰা হয়। আনহাতে একেটা দিনতে ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ মহিলা গোটৰ আৰু যুৱ ছাত্ৰ সন্মিলনীৰ সমিটি খনৰো সাল সালনি কৰা হয়। মহিলা গোটৰ সভানেত্ৰী পদত কুনুমা বৰুৱা আৰু সম্পাদিকাৰ পদত পদুমি ডেকাৰ লগতে যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি যতিন হাজৰিকা আৰু সম্পাদকৰ পদত সুৰ্য বৰুৱাক দায়িত্ব ভাৰ প্ৰদান কৰা হয়।
পানেৰীৰ পৰা নীলোৎপল দাস।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…
- তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…