আৰক্ষীৰ বিষয়াৰ পৰা বিধায়কৰ যাত্ৰা আনন্দ মিশ্ৰ।(Anand Mishra)
বিধায়ক হ’ল আনন্দ মিশ্ৰ।
বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ।
২৪,২৪৬ হাজাৰ ভোটত পৰাস্ত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক।
বিপুল ভোটত জয়লাভ কৰিলে প্ৰাক্তন IPS আনন্দ মিশ্ৰই।
IPSৰ চাকৰি এৰি ৰাজনীতিত যোগদান কৰিছিল আনন্দ মিশ্ৰই।
১০ বছৰ ধৰি বিহাৰৰ বক্সাৰ সমষ্টিতো কংগ্ৰেছৰ দখলত আছিল।

