“চন্দ্ৰ আৰন্ধৰা সোঁৱৰণী ন্যাস”,তাও ইষ্ট ফাউন্ডেশ্বন অব ইণ্ডিয়া, ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনি (শিৱসাগৰ) আৰু “আৰন্ধৰা বংশালী ন্যাস”ৰ উদ্যোগত তথা শিঙিবিল মিলিজুলি যুৱক সংঘৰ সহযোগত চৰাইদেউ জিলা শিঙিবিল মিলিজুলি যুৱক সংঘৰ কাৰ্যালয়ত আজিৰে পৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ কৰা হয় ।উক্ত শিবিৰত প্ৰায় দুই শতাধিক ৰোগীৰ চিকিৎসা আগবঢ়াই ডাঃ মণি চোলাধৰাৰ লগতে কেইবাগৰাকী জেষ্ঠ চিকিৎসকে । তাও ইষ্ট ফাউণ্ডেশ্বনৰ অসম শাখাৰ সম্পাদক আৰু চন্দ্ৰ আৰন্ধৰা কোষাধ্যৰ অনুপ আৰন্ধৰা , সাংগঠনিক সম্পাদক যদুমণি গগৈ, প্ৰচাৰ সম্পাদক ৰাজু গগৈ, চামচেদৰ লিম্বু,ৰাইজৰ দলৰ চৰাইদেউ জিলাৰ সভাপতি মণিদ্বীপ মহন , আহোম জাতীয় গণ মঞ্চৰ চৰাইদেউ জিলা সম্পাদক দীপাংকৰ কোঁৱৰ, বীৰ লাচিত সেনা বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সভাপতি ত্ৰৈলোক্য ফূকন,সমাজকৰ্মী নয়নমণি আৰন্ধৰা,নিপন মাজুমলীয়া,ভদ্ৰ কান্ত আৰন্ধৰা আদি উপস্থিত থাকি এই বিনামূলীয়া চিকিৎসাৰ সুবিধা কন গাঁৱৰ ৰাইজক সহায়ৰ হাত আগ বঢ়োৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বহুত সকাহ পোৱাৰ উপৰিও ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…