কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উদিয়ানা পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ আহিল আৰু গ’ল কিন্তু কোনোএখন চৰকাৰৰ দৃষ্টি গোচৰ নহ’ল পথটো । পথটোৰে বৃহত্তৰ অঞ্চললৈ মানুহৰ অহা-যোৱাৰ লগতে বৃহত্তৰ উদিয়ানা পিতাম্বৰ হাটবজালীৰ হাজাৰ হাজাৰ লোক তথা বহুকেইখন বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ চলে, কিন্তু উক্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সমস্যাত ভূগিছে ৰাইজে । অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!
- প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…
- নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…
- চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…