February 28, 2021 জাহাজ হ’ব অসম জাতীয় পৰিষদৰ প্ৰতীক Share FacebookTwitterWhatsAppTelegramKooEmail অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ। নিৰ্বাচন আয়োগত পঞ্জীয়ন হ’ল AJP দল ৷ পঞ্জীয়ন নম্বৰ হ’ল- ৫৬/১৬১/২০২০-২১/PPS/1 ২৫ ফেব্ৰুৱাৰীৰ পৰা পঞ্জীয়নভুক্ত হ’ল অসম জাতীয় পৰিষদ। সংবাদমেলত প্ৰতীক মুকলি কৰিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026