February 28, 2021 দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী Share FacebookTwitterWhatsAppTelegramKooEmail দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিযংকা গান্ধী।সোমবাৰে অসমত উপস্থিত হবহি প্ৰিয়ংকা গান্ধী।২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ অসম ধ্বংসৰ ষড়যন্ত্ৰ ৰঙা চীনৰঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি আছে বিশাল জলবিদ্যুৎ প্ৰকল্প দৈনন্দিন বাৰ্তা - June 26, 2026 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোৰ ফোন, কি ক’লে মুখ্যমন্ত্ৰীগৰাকীক… দৈনন্দিন বাৰ্তা - June 26, 2026 অৰুণাচলত নিপকোৰ প্ৰকল্পত ভয়াৱহ পৰিস্থিতিঃ ১৫টাতকৈয়ো অধিক ঘৰ ধ্বংস, অসমলৈয়ো অশনি সংকেত দৈনন্দিন বাৰ্তা - June 26, 2026