গুৱাহাটীৰ (Guwahati News) এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ কোঠাতে এগৰাকী যুৱতী কৰ্মচাৰীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত।
গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত।
এটা ব্যক্তিগত প’ৰ্টেলত কৰ্মৰত আছিল সাংবাদিকগৰাকীৰ।
৫ ডিচেম্বৰত বিবাহৰ দিন ঠিক হৈ আছিল সাংবাদিকগৰাকীৰ।
দেউতাকলৈ লিখি থৈ গৈছে চুইচাইড নোট।
চৰমপন্থা গ্ৰহণৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত এই অঘটন।

