বৰপেটা জিলাৰ বালাপাৰা আৰক্ষী চকীৰ অন্তগৰ্ত বৰলা (আমদহ) সভাত ২/৩ দিন ধৰি অব্যাহত আছে জুবাৰ মুকলি ৰমৰমীয়া বেহা। প্ৰাপ্ত অভিযোগ অনুসৰি বালাপাৰা আৰক্ষী চকীৰ ছত্ৰ ছায়াত একাংশ জুৱা মাফিয়াই সভা,পূজাৰ গইনা লৈ অব্যাহত ৰাখিছে অবৈধ জুৱাৰ ঘাটি।যাৰ পৰিপ্ৰেক্ষিতত বহু উদীয়মান যুৱক বিপথে পৰিচালিত হোৱা বুলি পৰিলক্ষিত হৈছে।বিভিন্ন দল সংগঠনে এনে ঘৃণীয় কাৰ্য্যক কঠোৰ ভাষাৰে সমালোচনা কৰি বালাপাৰা আৰক্ষীৰ নিৰৱ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনে অসামাজিক কাৰ্য্য ৰোধ কৰাৰ লগতে এনে কাৰ্য্যত জড়িত লোকক কৰায়ক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী কৰিছে। প্ৰশ্ন হয় স্থানীয় বালাপাৰা আৰক্ষী চকীৰ চকুৰ আগত জুৱা চলি থকাৰ পিছতো চকু মুদা কুলিৰ ভাও কিয় জুৰিছে ? জুৱাৰ লগত আৰক্ষীৰ কিয় মিতাৰালি ? কাৰ বলেৰে বলিয়ান এই সকল জুৱা মাফিয়া??বৰপেটা জিলা প্ৰশাসনে উৎখাত কৰিবলৈ সক্ষম হৱনে এই সমূহ সভাই পূজাই গঢ় লৈ উঠা অবৈধ জুৱাৰ ঘাটি নে এনেদৰেই আৰক্ষী চকুৰ সন্মুখতে চলি থাকিৱ অবৈধ জুৱাৰ ঘাটি ? পৰবৰ্তী পৰ্য্যায়ত প্ৰশাসনে এই সকল অবৈধ জুৱাৰীৰ ওপৰত কি ব্যবস্থা লয় সেয়া লক্ষণীয় হৱ ?
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…