March 2, 2021 অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই Share FacebookTwitterWhatsAppTelegramKooEmail কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন । অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই । চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই । ৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত । কুইপ কৰ্তৃপক্ষই মানি লৈছে আলফা(স্বাঃ)ৰ এই দাবী । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026