অসমৰ আসন্ন বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ততপৰতা তথা প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে । ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰয়াসীসকলৰ জল্পনা-কল্পনা ওৰ পেলাই 84 নং বটদ্ৰৱা সমষ্টিত বি জে পি কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দলে ইতিমধ্যে নিজা নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । সেই হিচাপে আগন্তুক 2021 চনৰ বিধানসভাৰ বটদ্ৰৱা সমষ্টিত কংগ্ৰেছে শিৱাণী বৰা বিজেপিয়ে পুনৰ আঙুৰলতা ডেকাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে । দিনৰ 11 বজাত বি জে পি দলৰ টিকট নিশ্চিত কৰি প্ৰাৰ্থী আঙুৰলতা ডেকা সমষ্টি তথা নিজা গৃহভূমি অভিমুখে অহাৰ পথত বাৰপূজীয়াত উপস্থিত হোৱাৰ লগে লগে আদৰিবলৈ ৰৈথকা বিপুল সংখ্যক সমৰ্থকৰ হৰ্মাষোল্লাসৰ মাজত আঙুৰলতা জিন্দাবাদ বি জে পি জিন্দাবাদ ধ্বনিৰে ফটকা আতচবাজীৰে এক আবতৰীয়া দেৱালী পৰিবেশৰ সূচনা কৰে । পিছত উপস্থিত সমৰ্থক -ৰাইজৰ অভিনন্দন তথা আশীষলৈ সমৰ্থকসহ সদলবলে প্ৰাক্তন বিধায়িকা গৰাকীয়ে নিজাগৃহভূমি লৈ যাত্রা আৰম্ভ কৰে । বি জে পি দলৰ বিৰুদ্ধে প্ৰতিপক্ষ দলসমূহে কেনেদৰে যুঁজত অৱতীৰ্ন হয় সেয়া সময়তহে দেখা পোৱা যাব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…