অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা।(Guwahati News)
মহানগৰীক লৈ Smart City Limited ৰ নতুন পদক্ষেপ।
শীঘ্ৰেই আৰম্ভ হ’ব Intelligent City Surveillance System।
স্থাপন কৰা হৈছে অত্যাধুনিক কেমেৰা, Emargency Call Box।
যুৱতী-মহিলালৈ কুদৃষ্টি দিলেই পৰিব বিপদত।
নিশা যুৱতী-মহিলাক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত এই ব্যৱস্থা ।

