দুদিনীয়া(Narendra Modi) কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
২০ ডিচেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রীগৰাকী।
গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্রতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টার্মিনেল মুকলি কৰিব প্রধানমন্ত্রীগৰাকীয়ে।
২১ ডিচেম্বৰত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ লগত পৰীক্ষা পে চর্চাত অংশগ্ৰহণ কৰিব।
নামৰূপত সাৰ কাৰখানাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব।

