ফাদিল সকলো ৰহস্য!(Amritprabha Mahanta)
জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?
SITৰ চাৰ্জশ্বীটত ফাদিল হ’ল ভয়ংকৰ তথ্য-
জুবিন গাৰ্গক অত্যাধিক মদ্যপান কৰোৱাইছিল অমৃতপ্ৰভাই।
ভাগৰুৱা জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰিছিল অমৃতপ্ৰভাই।
অত্যধিক সুৰাপান, খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত কৰা নাছিল অমৃতপ্ৰভাই।
জুবিন গাৰ্গ পানীত ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰাত মচগুল আছিল আমৃতপ্ৰভা।
SITৰ চাৰ্জশ্বীটত উল্লেখ-
ঘটনাৰ পূৰ্বৰ দুটা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া।
ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা।
অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা।
ভুক্তভোগী প্রায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যবস্থা ল’বলৈ অৱগত নকৰা।
ঘটনাৰ পিছতহে য়টত থকা NRI আৰু পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা।

