কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।(North Guwahati ferry service)
প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ বন্ধ থাকিব তিনিটা ঘাটৰ ফেৰী সেৱা।
জাননীযোগে প্ৰকাশ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব।
২১ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ বন্ধ থাকিব ফেৰী সেৱা।
পৰীক্ষা পে চর্চা’ অনুষ্ঠানৰ বাবে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত IWTৰ ।

