Massive Protests In Bangladesh: ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশঃ ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ

পুনৰ জ্বলিছে বাংলাদেশ।(Massive Protests In Bangladesh)

ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ।

অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ।

ছাত্রনেতাৰ মৃত্যুক লৈ জ্বলিছে বাংলাদেশ।

ওচমান হাদিৰ ঘটনাক লৈ পুনৰ অগ্নিগৰ্ভা বাংলাদেশ।

শ্বেখ হাছিনা চৰকাৰৰ মন্ত্ৰীৰ বাসগৃহ লণ্ডভণ্ড।

হাজাৰ হাজাৰ GEN Zৰ বাংলাদেশৰ ৰাজপথত প্ৰতিবাদ।

ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশ।

সংবাদ প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড, অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ, নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি।

মছজিদত দুৰ্বৃত্তক কঠোৰ শাস্তি দিয়াৰ সংকল্প।

ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ।

মাজনিশা উত্তেজিত লোকে আক্ৰমণ কৰিলে প্ৰাক্তন মন্ত্ৰীৰ ঘৰ।

ইনকিলাব মঞ্চ’ৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীক হত্যা কৰাৰ পিছতেই ভাৰত বিৰোধী শ্লোগানেৰে উত্তপ্ত বাংলাদেশ।

হাদীৰৰ হত্যাকাৰী ভাৰতলৈ পলাই অহাৰ অভিযোগ।

আনহাতে ভাৰতে নসাৎ কৰি আহিছে বাংলাদেশৰ অভিযোগ।

Related Articles