অসম চৰকাৰৰ যুৱ লেখক সন্মান ঘোষনা।(Young Writer Honour)
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ ” যুৱ লেখকৰ সন্মান”।
৮১৮গৰাকী লেখক-লেখিকাৰ তালিকা প্ৰকাশ অসম প্ৰকাশন পৰিষদৰ।
অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম গ্ৰন্থমেলা’ প্ৰাংগণত বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘যুৱ লেখক সন্মান’ স্বৰূপে ২৫,০০০ টকা প্ৰদানেৰে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰেৰণা যোগাব।

