Tuliram Ronghang: ডংকামোকামত ড° তুলিৰাম ৰংহাংঙৰ গৃহত অগ্নিসংযোগ

ডংকামোকামত ড° তুলিৰাম ৰংহাংঙৰ গৃহত অগ্নিসংযোগ।(Tuliram Ronghang) 

তুলিৰাম ৰংহাংঙৰ গৃহ জ্বলাই দিলে ৰাইজে।

নিয়ন্ত্ৰণহীন সমগ্ৰ পৰিস্থিতি।

খেৰণিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে তুলিৰাম ৰংহাঙৰ পুৰণা বাসগৃহ।

পশ্চিম কাৰ্বিআংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি।

প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা।

গুলীচালনাত আহত ৩ প্ৰতিবাদকাৰী।

ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত।

খেৰণিত আমৰণ অনশন কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি।

Related Articles