২৬ত নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা।(Mahendra Hazarika)
ৰাজনীতিৰ পথাৰত খোজ পেলাব গণশিল্পী মহেন্দ্ৰ হাজৰিকাই।
নিৰ্দলীয় হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন হাজৰিকাৰ।
আগন্তুক ২৬ৰ নিৰ্বাচনত ভোটযুদ্ধত নামিব মহেন্দ্ৰ হাজৰিকা।
কোনো দলৰ পৰা নিৰ্বাচন নেখেলে।
নিৰ্দলীয়ভাৱেহে নিৰ্বাচন খেলিব বিশিষ্ট গণশিল্পীগৰাকীয়ে।
বিহালী সমষ্টিত নিৰ্দলীয় হৈ নিৰ্বাচন খেলিব গণশিল্পী মহেন্দ্ৰ হাজৰিকাই।

