‘শংকৰ-আজানৰ আজান শৱ্দটো অসমত ক’ৰ পৰা সোমাল’?(Himanta Biswa Sarma)
‘শংকৰ-আজান নহয় এয়া শংকৰ-মাধৱৰ দেশ’।
‘আজান ফকিৰ-বাঘ হাজৰিকা অসমৰ মানুহ নহয়’।
‘বাঘ হাজৰিকা ‘কাল্পনিক চৰিত্ৰ’।
‘বাঘ হাজৰিকাক লৈ ক’ৰ পৰা আহিল বুৰঞ্জীৰ তথ্য’।
‘লাচিতৰ সৈতে বাঘ হাজৰিকাক সোমাব নালাগে’।
‘আমি লাচিতৰ নিচিনা বীৰ বিচাৰিছোঁ’।
‘আমাৰ দেশত শংকৰ, মাধৱ আছিল, আজান নাছিল’।
‘সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা’।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য।

