Molai Forest 2.0: কোনে মোলাই কাঠনিত জুই লগালে ?

অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নিসংযোগ দুৰ্বৃত্তৰ।(Molai Forest 2.0)

সেউজ অৰণ্য জ্বলাই ধ্বংস একাংশ দুৰ্বৃত্তৰ।(Jadav Payeng)

ব্ৰহ্মপুত্ৰৰ চাপৰিৰ নতুনকৈ সংযোগ কৰা মোলাই কাঠনি ২.০ত অগ্নিসংযোগ দুৰ্বৃত্তৰ।

দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে ১০০ হেক্টৰৰ অৰণ্য।

দুৰ্বৃত্তৰ এনে কাণ্ডত স্তম্ভিত প্ৰকৃতিপ্ৰেমীগৰাকী।

ধ্বংস হৈ যায় প্ৰায় ৫ৰ পৰা ৬ হাজাৰ নতুনকৈ ৰোপণ কৰা গছপুলি।

অৰণ্য মানৱ যাদৱ পায়েঙৰ ‘মোলাই কাঠনি’ত দুষ্কৃতিকাৰীৰ চকু।

দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে ১০০ হেক্টৰৰ অৰণ্য। ধ্বংস হৈ যায় প্ৰায় ৫ৰ পৰা ৬ হাজাৰ নতুনকৈ ৰোপণ কৰা গছপুলি।

Related Articles