Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে

২০২৫ বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তিৰ বছৰ।(Himanta Biswa Sarma)

২০২৫ বৰ্ষতে আমি জুবিন গাৰ্গৰ দৰে শিল্পীক হেৰুৱালো।

ইয়াৰ বাহিৰে মোৰ বাবে ২০২৫ বৰ্ষটো প্ৰাপ্তিৰো বছৰ।

এই বছৰতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি স্বাক্ষৰিত হ’ল।

এয়া অসমীয়াৰ বাবে এক অনন্য প্ৰাপ্তি।

শংকৰ-আজানৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী।

অৰুণোদয় হিতাধিকাৰীক ১জানুৱাৰীত উপহাৰ দিব মুখ্যমন্ত্ৰীয়ে।

অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নাই বুলি মন্তব্য।

ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিব।

BTADত ৫-৬টা সমষ্টিত প্ৰাৰ্থী দিব পৰা পৰিৱেশ আছে বিজেপিৰ।

কিন্তু মিত্ৰদলৰে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

Related Articles