Happy new year 2026: সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা…

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।(Happy new year 2026)

আজি নৱবৰ্ষৰ প্ৰথমটো দিন।

পুৱাৰে পৰা মঠ-মন্দিৰত ভক্তৰ ভিৰ।

নৱবৰ্ষ উদযাপনৰ বাবে ওলাই আহিছে ৰাজ্যবাসী।

দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related Articles