Udashin Bhakats: ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি

ৰাজ্যৰ উদাসীন (Udashin Bhakats) ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি।

দিছপুৰৰ লোকসেৱা ভৱনত আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উদাসীন ভকতসকলক প্ৰদান কৰিব মাহিলি ১,৫০০ টকাকৈ।

সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক অনুদান বিশেষ আঁচনিৰ শুভাৰম্ভ ।

সৰ্বমুঠ ৬২০ গৰাকীক প্ৰদান কৰা হ’ব এই আঁচনিৰ ধন।

প্ৰতিগৰাকী উদাসীন ভকতক ১৫০০টকাকৈ ধন প্রদান মুখ্যমন্ত্ৰীৰ।

কামৰূপ ১৪, লখিমপুৰ ২২, মাজুলী ৪৭৪, নগাঁও ৭, নলবাৰী ৬, শিৱসাগৰ ৫, শোণিতপুৰ ৩, ওদালগুৰি ৩গৰাকী
সৰ্বমুঠ ৬২০গৰাকীক প্ৰদান কৰা হ’ব এই আঁচনিৰ ধন।

Related Articles