March 25, 2021 আজি শেষ হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচন কেম্পেইনিং Share FacebookTwitterWhatsAppTelegramKooEmail অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ আজি আবেলি ৬ বজাত শেষ হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰি এলএচিত নিৰ্বাচন আৰম্ভ হোৱাৰ ৪৮ ঘণ্টা আগতে এটা সমষ্টিত প্ৰচাৰ সমাপ্ত হয়। Author: দৈনন্দিন বাৰ্তা Related Articles ৩১ নিযুততকৈ অধিক লোকে ডাউনলোড কৰিলে আধাৰ এপ দৈনন্দিন বাৰ্তা - June 25, 2026 এক লাখ টন থলুৱা মাছৰ উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ লক্ষ্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ দৈনন্দিন বাৰ্তা - June 25, 2026 খৰাঙে গ্ৰাস কৰিব নেকি দেশকঃ জুন মাহত সমগ্ৰ দেশত হ্ৰাস পাইছে ৪২ শতাংশ বৰষুণ দৈনন্দিন বাৰ্তা - June 25, 2026