Rejaul Karim Sarkar: অৱশেষত কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ

কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ।(Rejaul Karim Sarkar)

উজনি অসমক ধুবুৰী বনাম বুলি কৰা মন্তব্যৰ পিছতে সৃষ্টি হৈছিল বিতৰ্ক।

অৱশেষত কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ।

APCCৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

পত্ৰৰ দ্বাৰা দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ প্রকাশ।

জাতিত কৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় বুলি মন্তব্য ৰেজাউল কৰিম সৰকাৰ।

যোগদানৰ ২ দিন পিছতেই কংগ্ৰেছ এৰিলে সৰকাৰে।

বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া,প্ৰদ্যুত বৰদলৈ ছদ্মবেশী কংগ্ৰেছী বুলি ক্ষোভ ৰেজাউল কৰিম সৰকাৰ।

কংগ্ৰেছ ত্যাগ কৰিয়েই গৰজিল ৰেজাউল কৰিম সৰকাৰ।

মোৰ ভৱিষ্যতৰ দায়িত্ব সংখ্যালঘু ৰাইজে ল’ব বুলি ৰেজাউল কৰিম সৰকাৰে।

Related Articles