প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন অন্ত পৰা পাছতে দ্বিতীয় পৰ্য্যায়ৰ ভোটৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত সকলোতে ।গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা পিছতে২৮ মাৰ্চত সন্ধিয়া ওদালগুৰিত সন্ধিয়া ৭ বজাত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্বো অনুষ্ঠিত কৰে।৬৯ নং ওদালগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ হৈ ৰোড শ্বো কৰি বিশাল নিৰ্বাচনী প্ৰচাৰ হিমন্তবিশ্ব শৰ্মাৰ গোলামাগাও হাইস্কুল খেল পথাৰৰ পৰা আৰম্ভ কৰা ৰোড শ্বোৰ বিশাল ৰেলিৰে ওদালগুৰিৰ চহৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে জয়ী হোৱাতো নিশ্চিত বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…