Sunita Williams: নাছাৰ পৰা অৱসৰ ল’লে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলয়ামছে

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ।(Sunita Williams)

২৭ বছৰীয়া সেৱাৰ অন্তত মহাকাশ কেৰিয়াৰৰ পৰা ল’লে অৱসৰ।

৬০৮ দিন মহাকাশত থাকি মহাকাশচাৰীগৰাকীয়ে ৰচি থৈছে ইতিহাস।


Related Articles