Sikha Sarma: আদালত চৌহদত কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শিখা শৰ্মাৰ

জুবিন গাৰ্গৰ(Sikha Sarma) চৰিত্ৰ হনন কৰা শিখা শৰ্মাক পাণ বজাৰ আৰক্ষী থানাৰ পৰা লৈ যোৱা হয় আদালতলৈ।

আদালতলৈ নিয়াৰ সময়ত সাংবাদিকক ইংৰাজীত উত্তৰ দিলে শিখা শৰ্মাই।

ফেচবুকত জুবিন গাৰ্গৰ চৰিত্ৰ হননকাৰী পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল বিতর্কিত শিখা শৰ্মা।

BNSৰ ৭টাকৈ ধাৰা আৰোপ শিখা শৰ্মাৰ বিৰুদ্ধে।

আদালত চৌহদত কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শিখা শৰ্মাৰ-

‘কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নাই পোৱা। মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্বেও মোৰ বিৰুদ্ধে কিয় জামিনবিহীন হ’ল। মই লিখা কথাৰ সকলো উত্তৰ আদালতত দিম’।

পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈ লৈ যোৱাৰ মুহূৰ্তত বিতৰ্কিত লেখিকা শিখা শৰ্মাই এইদৰে মন্তব্য কৰে।

Related Articles