Ajit Pawar: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। (Ajit Pawar)

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়।

বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন।

দুৰ্ঘটনাত মৃত্যু NCP নেতা অজিত পাৱাৰ।

বিমানখনত আছিল অজিত পাৱাৰকে ধৰি মুঠ ৬ গৰাকী লোক।

অজিত পাৱাৰসহ ৪ জন লোক নিহত হয় এই বিমান দুৰ্ঘটনাত।

নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।

মহাৰাষ্ট্ৰৰ পৰা বাৰামতীত গৈ থকা অৱস্থাত বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনা।


Related Articles