Amit Shah: আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।(Amit Shah)

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

নিশা ৯ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী।

ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

কাইলৈ পুৱা ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিব অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ।

ধেমাজিত ভাগ ল’ব মিছিং সাংস্কৃতিক মহোৎসৱত।

সন্ধিয়া গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বৈঠক।

Related Articles