জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমা শইকীয়া গাৰ্গৰ।(Zubeen-Garima)
সামাজিক মাধ্যমত গৰিমাই শ্বেয়াৰ কৰিলে বিশেষ ফটো, ভিডিঅ’।
জুবিন-গৰিমাৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী উপলক্ষে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সুঁৱৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।
‘Happy 24th Anniversary Goldie !!’
‘প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..’
‘তোমাৰ মৰমেৰে , আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ্বৰপুত্ৰ ।।’
সামাজিক মাধ্যমত এইদৰে মৰমৰ পতিক সুঁৱৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।

