ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই।(gyanashree bora)
কাইলৈ দিনৰ ১১ বজাত কৰিব যোগদান।
শিৱসাগৰত এই কথা ঘোষণা অখিল গগৈৰ।
মঙলবাৰে অধ্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই।
পুনৰ সক্রিয় ৰাজনীতিলৈ ঘূৰি আহিব ড০ জ্ঞানশ্রী বৰা।
স্ব-ইচ্ছাই চাকৰি ত্যাগ কৰে ড০ জ্ঞানশ্রী বৰাই।
গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপিকা পদত আছিল ড০ জ্ঞানশ্রী বৰা।
ৰাজনীতিত যোগদানৰ পূৰ্ণ সম্ভাৱনা ড০ জ্ঞানশ্রী বৰা।
গোৱালপাৰা মহাবিদ্যালয় ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আছিল তেওঁ।
অধ্যাপিকা হিচাপে ২০২৩ চনৰ জুন মাহত যোগদান কৰিছিল।
২০২৬ৰ বিধান সভা নিৰ্বাচনত অৱৰ্তীণ হ’ব নে নহ’ব সেই বিষয়ত একো মন্তব্য কৰা নাই ড০ জ্ঞানশ্রী বৰাই।

