ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা।(Rajya Sabha elections)
১৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।
খালী হ’ব অসমৰ ৰাজ্যসভাৰ ৩খন আসন।
২৬ ফেব্ৰুৱাৰীত জাৰি হ’ব অধিসূচনা।
মনোনয়ন দাখিলৰ অন্তিম দিন ৫ মার্চ ধার্য।
৬ মার্চত মনোনয়ন পত্ৰ পৰীক্ষণ মনোনয়ন প্রত্যাহাৰৰ দিন ৯ মাৰ্চ ধাৰ্য

