Zubeen Garg Death Case: আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়

‌জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়।(Zubeen Garg Death Case)

আজি স্পষ্ট হ’ব স্বাভাৱিক মৃত্যু নে ষড়যন্ত্ৰমূলক হ*ত্যাকাণ্ড।

ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে দিব ৰায়।

ইতিমধ্যে আদালতত সকলো পক্ষৰে গ্ৰহণ সাক্ষ্য।

ছিংগাপুৰৰ ১১ প্ৰৱাসী অসমীয়াৰো লৈছিল গ্রহণ।

জুবিনৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্রহণ।

ৰাহুল গৌতম শৰ্মাৰো সাক্ষ্য গ্রহণ।

একেৰাহে ৩ দিন ধৰি শুনানিৰ অন্তত ৰায় দিবলৈ সাজু ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্ট।

ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে বিয়লি প্ৰায় ৫ বজাত এই ৰায় প্ৰদান কৰিব।

Related Articles