কোকৰাঝাৰ ভ্ৰমণ বাতিলৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।(Narendra Modi)
প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰ ভ্ৰমণ বাতিলৰ সম্ভাৱনা।
গুৱাহাটী বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা হ’ব কইনাধৰালৈ।
গুৱাহাটীৰ অনুষ্ঠানৰ পৰাই কোকৰাঝাৰৰ কাৰ্যসূচীত ভার্চুৱেলী অংশ লোৱা সম্ভাৱনা।
প্ৰতিকূল বতৰৰ বাবে গুৱাহাটীত ল’ব পৰৱৰ্তী সিদ্ধান্ত।

