হাত এৰি পদুম লৈ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ।(Pradyut Bordoloi)
আজি বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে।
মঙলবাৰে কংগ্ৰেছ দল ত্যাগ কৰে সাংসদগৰাকীয়ে।
আজি গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে।
দুপৰীয়া ১২ বজাত আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীতেই বিজেপিত যোগদান কৰিব প্ৰদ্যুত বৰদলৈয়ে।
কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো বুলি মন্তব্য প্ৰদ্যুৎ বৰদলৈ।
আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীতেই বিজেপিত যোগদান কৰিব প্ৰদ্যুত বৰদলৈয়ে।
নিশা গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ সদ্য কংগ্ৰেছ ত্যাগী নেতা প্ৰদ্যুত বৰদলৈৰ

