ক’ভিডত আক্ৰান্ত হৈ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু

বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু। কোভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু সাংবাদিকগৰাকীৰ। নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে।

সাংবাদিকতাৰ উপৰি বোকাজানৰ বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈছিল ৰুবুল দিহিঙীয়াই। ব্যক্তিগত ছেটেলাইট চেনেল NEWS LIVEৰ সংবাদদাতা ৰুবুল দিহিঙীয়াৰ মৃত্যুত সমগ্ৰ বোকাজানত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Articles