APLৰ প্ৰথমটো সংস্কৰণত বৰপেটা ব্ৰেভছৰ খিতাপ দখল

APLৰ প্ৰথমটো সংস্কৰণত বৰপেটা ব্ৰেভছৰ খিতাপ দখল।

ফাইনেলত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত জয়ী বৰপেটা ব্ৰেভছ।

গুৱাহাটী ৰয়েলছক ৫ উইকেটত হৰুৱাই খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ।

প্ৰথমে বেটিং কৰি গুৱাহাটী ৰয়েলছে বান্ধি দিছিল ১৬৬ ৰানৰ লক্ষ্য।

বৰপেটা ব্ৰেভছে ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।

Related Articles