নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বঢ়মপুৰৰ বাৰগঁঞা নামঘৰৰ সমীপতত থকা এটা পুখুৰীত উপঙি থকা অবস্থাত উদ্ধাৰ হয় মৃতদেহটো ।এজন অচিনাক্ত লোকৰ এই মৃতদেহটোক লৈ বঢ়মপুৰত এতিয়া তীব্ৰ চৰ্চা চলিছে ।কিয়নো বঢ়মপুৰৰ কোনো অঞ্চলৰ পৰিচিত ব্যক্তিৰ নোহোৱা এই মৃতদেহটো কিদৰে বঢ়মপুৰৰ উক্ত অজ্ঞাত স্থানত কিদৰে উদ্ধাৰ হ’ল তাক লৈ এতিয়া ৰহস্যঘন হৈ পৰিছে ।আনপিনে সন্দেহ কৰা হৈছে যে প্ৰায় দুই তিনিদিন পূৰ্বে মৃতদেহটো পুখুৰীত পৰা কিয়নো ইতিমধ্যেয়ে মৃতদেহটো গেলিবলৈ আৰম্ভ কৰিছে ।পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।উল্লেখ্য যে অচিনাক্ত এই লোকজনৰ মৃতদেহটো কিদৰে বঢ়মপুৰৰ বাৰেগঞা নামঘৰৰ সমীপৰ পুখুৰীলৈ আহিল ।সেয়া পৰবৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তহে পোহৰলৈ আহিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…
- তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…