ক’ৰনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ সময়তে গৰাখহনীয়া অৱস্থা ১৬ মে তাৰিখে পৰিদৰ্শন কৰিছিল ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। উল্লেখযোগ্য যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ কিৰিংবৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰাৰ উপৰিও কুৰুৱাৰ মথাউৰি পৰিদৰ্শন কৰিছিল। আৰু এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ পিছত বানপানীৰ সময়ত ৰাইজে দূৰ্ভুগ ভুগিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী ভাবে আজি ছিপাঝাৰৰ বহু কেইটা ভগ্ন মথাউৰী পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিজুষ হাজৰিকাই। ছিপাঝাৰৰ ওপৰ কুৰুৱা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ মেৰামতিৰ কামৰ লগতে কিৰিংবৰী গাঁৱৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয়। আনহাতে বিগত সময়ত বানে চিগা আলিখাপাৰাৰ অৰ্ধ নিৰ্মিত মথাউৰী ১০ দিনৰ ভিতৰতে সম্পূৰ্ণ হব বুলি উল্লেখ কৰে। এই সময়ছোৱাতে ৰাজ্যৰ উন্মুক্ত মথাউৰীৰ সমূহ শীঘ্ৰেই মেৰামতি কৰা হব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান
- এতিয়া ফুল ফুলাৰ বতৰ…
- কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…
- ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…
- এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…
- মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…
- আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি…
- নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি…