কাইলৈ ৰাজ্যত অসমত বিধানসভা নিৰ্বাচন প্রক্রিয়া।(Assam Election 2026)
তৎপৰ পুলিচ-প্ৰশাসন।
ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়াসকল
প্রায় ২ কোটি ৫০ লাখ ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ।
৩১ হাজাৰ ৪৯০টা ভোটকেন্দ্রত হ’ব ভোটগ্রহণ প্রক্রিয়া।