HSLC Result: মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাঃ মেধাৰ ভিত্তিত শীৰ্ষ চাৰিটা স্থানৰ ফলাফল

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল।(HSLC Result)

মেধাৰ ভিত্তিত শীৰ্ষ চাৰিটা স্থানৰ ফলাফল।

প্রথম স্থানত বজালীৰ জ্যোতিৰ্ময় দাস।

দ্বিতীয় স্থানত বিশ্বনাথৰ আকাংক্ষা ভূঞা।

তৃতীয় স্থানত ডিব্ৰুগড়ৰ জিয়া ফাৰাহ ইছলাম।

চতুৰ্থ স্থানত নলবাৰীৰ সুৰজিৎ আখতাৰ।

জ্যোতিময় দাস বজালীৰ পাটাছাকুছি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ।

আকাংক্ষা ভূঞা বিশ্বনাথৰ হাৱাজান অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় ছাত্ৰী।

জিয়া ফাৰা ইছলাম ডিব্ৰুগড় লিটিল ফ্লাৱাৰ স্কুলৰ।

সুৰজিৎ আখতাৰ নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ।

এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৯.৬২ শতাংশ।

ছাত্ৰ-৬৭.৭৮ শতাংশ

ছাত্ৰী-৬৩. ৯৬ শতাংশ

ডিষ্টিংচন- ৩,৯৮৩

ষ্টাৰ- ১৩,৬৮১

লেটাৰ-৯৯,০৫২

Related Articles