ক’ভিড-১৯ত আক্ৰান্ত অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ দেহত ধৰা পৰিল ক’ভিড-১৯ ।

শিৱসাগৰৰ দ’লমুখ চাৰিআলি কভিড কেয়াৰ চেন্টাৰত ভৰ্ত্তি বিধায়ক প্ৰদীপ হাজৰিকা।

মংগলবাৰে বিধায়ক হাজৰিকাই গুৱাহাটীত ক’ভিড পৰীক্ষা কৰিছিল।

বুধবাৰে ফলাফলত পজিটিভ আহে।

জ্যেষ্ঠ বিধায়কগৰাকী ক’ভিডত আক্ৰান্ত হােৱাৰ স্বাভাৱিকতে তেওঁৰ আত্মীয়ৰ লগতে দলীয় কৰ্মীসকলাে চিন্তিত হৈ পৰিছে।

Related Articles