Assam Earthquake: পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।( Assam Earthquake)

ৰাজ্যত পুৱা ৬.০১ বজাত বিভিন্ন প্ৰান্তত জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.২।

মণিপুৰৰ কামজেং আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

Related Articles