অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

ৰাজ্য কঁপাই যোৱা অৰ্ণমাই বৰাৰ ধৰ্ষণ কাণ্ডৰ ৰায়দান।

অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ।

মইনুল হক ধর্ষণ কাণ্ডৰে জড়িত থকাৰ পর্যাপ্ত প্রমাণ নথকাৰ বাবে দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ।

২০১৭ চনৰ ৩১ মে’ তাৰিখে ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়ত্রী অর্ণমাই বৰাৰ সৈতে সংঘটিত হৈছিল এই ঘটনা।

এতিয়া মূল অভিযুক্ত মইনুল হকক উচ্চতম ন্যায়ালয়ৰ দোষমুক্ত ঘোষণা।

উচ্চতম ন্যায়ালয়ৰ ৰায়ে হতবাক কৰি তুলিছে পৰিয়ালৰ লোকক।

প্ৰশাসনৰ গাফিলতিৰ বাবে অভিযুক্ত সাৰি যোৱা বুলি পৰিয়ালৰ আক্ষেপ।

Related Articles